
Dr. Mrinal Chandra Kalita
Sahitya Akademi’s Bal Sahitya Puraskar 2021 for his seminal debut Bakul Phular Dare, which became an overnight bestseller. The book has gone on to redefine the coming-of-age novel in Assamese and is now in its fifty edition.
- Male
- 3
-
Bakul Phular Dare (বকুল ফুলৰ দৰে)
₹250.00Bakul Phular Dare (বকুল ফুলৰ দৰে) : মানুহৰ জীৱন নানান স্তৰেৰে গঠিত। তাৰে ভিতৰত শৈশৱ কাল হ’ল ফুলৰ পাপৰিৰ দৰে। কিন্তু এই ফুলৰ পাপৰি জানো জীৱন ধুমূহাক নেওচিব পৰাকে শক্তিশালী হয়? মৃণাল কলিতা (Mrinal Kalita) ৰ দ্বাৰা ৰচিত আৰু বান্ধৱ দ্বাৰা প্ৰকাশিত কিতাপ খনত বৰ্ণিত আছে সংঘৰ্ষৰ মাজেদি অসীমে কৰা এক যাত্ৰা যত আছে তাৰ সহযোগী, শুভাকাংক্ষী নিৰ্মল আৰু অনুভৱ ৰ দৰে চৰিত্ৰ। কষ্টকৰ জীৱনৰ প্ৰতিৰোধক নেওচি অসীমে তাৰ লক্ষ্যত উপনীত হব পাৰিবনে? নিৰ্মল ৰ দৰে বন্ধু বাস্তৱত সম্ভৱ নে বা অনুভৱ ৰ দৰে ভাবিব পৰা মানুহ আছে নে?
-
-
Ribrib aru Moonmeehator Sesh Nohowa Kahini
₹140.00Original price was: ₹140.00.₹126.00Current price is: ₹126.00.Ribrib aru Moonmeehator Sesh Nohowa Kahini